Thread Rating:
  • 1 Vote(s) - 5 Average
  • 1
  • 2
  • 3
  • 4
  • 5
Adultery কামুকি তিৰোতা (অসমীয়া ভাষাত)
#15
নমিতাৰ হাঁহি উঠি গল । ভয় আৰু চিন্তা লাহে লাহে অকণমান পাহৰিলে তাই । " কিন্তু মই ছোৱালী নহয় আপুনি লৰা হব পাৰে "



অগ্ৰিমেও হাঁহিলে " আপুনি টো মোক কেইদিন ধৰি হে জানে । হঠাৎ কে যদি মই ডাঙৰ এটা ধৰ্ষণকাৰি ওলাই পৰো তেতিয়া "



অগ্ৰিম তাইৰ চকুলৈ চাই ৰল হাঁহি মুখেৰে । নমিতাই প্ৰথমে সঁচাকৈ চক খালে কিন্তু তাই হাঁহি অলপ খং দেখাই কলে " বাজে ধেমালি নকৰিব দেই কৈ দিছোঁ কিন্তু "



" আপুনি টো ভয়েই খাইছিল হা হা হা হা । ৰবা মই অলপ ঘূৰি আহো বাত পথৰ সন্ধান লৈ আহো " 


" কি । মোক অকলে এৰি থৈ কত যায় আপুনি । নালাগে নালাগে " 



" পাঁচ মিনিটত আহিম নই " আৰু খৰ ধৰ কৈ আঁতৰ হৈ গল ।




নমিতাৰ বৰ ভয় লাগি গল । আৰু ভয়ে ভাবিব বাধ্য কৰালে যে যদি আকৌ অগ্ৰিম হেৰাই যায় তাই গোটেই ৰাতিটো কেনেকৈ কটাব এই জঙ্গলৰ মাজত । ভয়তে বহি ৰল আৰু অগ্ৰিমক গালি শপনি দিব ধৰিলে তাই ।


পাঁচ মিনিটৰ ঠাইত দহ মিনিট হৈ গল অগ্ৰিম আহি নাপালে । তাই থিও হৈ এন্ধাৰৰ মাজেৰে উকি উকি চাব ধৰিলে ।




হঠাৎ পিছে পিনে হুৱা কৰি শব্দ হল । নমিতা ভয়তে চক খাই উপিয়াই পিছপিনে ঘুৰিলে । সন্মুখত অগ্ৰিমক হাঁহি থকা দেখি খঙত অগ্ৰিমৰ বুকুত ভুকিয়াব ধৰিলে তাই 



" পাগল নেকি আপুনি " 


অগ্ৰিমে হাঁহি হাঁহি তাইক আঁকোৱালি ললে  ।

হঠাৎ এটা নীৰৱতা আহিল । কেইছেকণ্ড মান পিছত দুও আঁতৰ হল এখোজ পিছুৱাই । নমিতাই বৰ লাজ পালে । 





আকৌ দুও একেলগে বহিল জুইকুৰা ওচৰত। অগ্ৰিমে লগত আৰু শুকান ডাল লৈ আহিছিল ডাঙৰ ডাঙৰ যাতে ৰাতিটো পাৰ হৈ যায় । 



নমিতা লাজ কৰিছিল অগ্ৰিমৰ পিনে চাবলৈ । জুইকুৰাকে চাই থাকিল তাই । 


অগ্ৰিম এইবাৰ নুসুধা কৈ নমিতাৰ পিঠিৰ পিছপিনে হাত থৈ তাই কুমল বাহুত খামুচি ধৰি গাৰ পিনে টানি আনিলে । নমিতাৰ গা টো সিৰসিৰাই গল । বুকু খন ঢপঢপ কে উঠিল । 



দুওৰে মুৰ দুটা নাৰিকল ফলৰ নিচিনা কে থোপা থপি লগা দি লাগি গল । অগ্ৰিমে নমিতাৰ মুখ মণ্ডল খন চাই ৰহ লাগিল । নমিতাই কিন্তু তাৰ পিনে চোৱা নাছিল কিন্তু তাই গম পালে


" কি চাইছে এনেকৈ আপুনি " নমিতাই লাহে কৈ প্ৰশ্ন কৰিলে ।


," আপুনি কিমান যে সুন্দৰ কেতিয়াবা মন কৰিছে নে বাৰু " 


" আপনাৰ বেজী ডাল সেই কথাতে লাগি আছে " নমিতাই হাঁহিলে


অগ্ৰিম ও হাঁহি থাকি তাইক চাই ৰল আৰু লাহে কৈ তাইৰ মুখ খনি দুহাতৰ মাজত লৈ চকুত চকু থৈ দিলে । নমিতাই ও অগ্ৰিমক চাই ৰল ৰহ লাগি ।



অগ্ৰিমে লাহে কৈ তাইৰ নৰম পাহি ওঁঠত ওঠ থৈ তলৰ ওঠটো চুমা খাব ধৰিলে । নমিতাৰ চকু জুৰি বন্ধ হৈ গল । আৰু তাই অগ্ৰিমৰ পাহুৱাল বুকুত হাত থৈ দিলে । 


অগ্ৰিম লাহে লাহে কৈ তাইৰ ওঠদুটি চুমা খাব ধৰিলে । অলপ সময় পিছত হঠাৎ নমিতাই অগ্ৰিমৰ পৰা আঁতৰ হল । আৰু লাজত চিঙি পৰি কলে " আমি ভুল কৰিছো । এইটো অসৎ হৈছে "



আগ্ৰিমো কলে " sorry' মই মানে । আপুনি ইমান ৰূপহী যে মই নিজক ৰখাবো নোৱাৰিলোঁ "


নমিতা উঠি থিও হল । আৰু ভাবিলে তাই সত্বিত নাৰী এইয়া তাই কি কৰিব ওলাইছিল । নিজকে ঘূৰাই অনাৰ চেষ্টা কৰিলে তাই ।



আগ্ৰিম থিও হল আৰু পিছপিনৰ পৰা নমিতাক চাই ৰল সি। চাওঁতে চাওঁতে তাৰ চকু নমিতাৰ বিশালকায় তপিনা দুখনত ৰৈ পৰিল । 



নমিতা শকত আবত হলেও তাইৰ দেহৰ গঠন বৰ সুন্দৰ আকৰ্ষণীয়। সুন্দৰ মুখ খনিৰ লগতে তাইৰ গাখীৰৰ নিচিনা বগা ছাল খন অতি আকৰ্ষিত। স্তন দুটিৰ আকাৰো তাইৰ শকত শৰীৰৰ লগত মিলি যোৱা কে বিশাল আকৃতিৰ । 




অগ্ৰিম নিজক বান্ধি ৰাখিব নোৱাৰিলে আৰু নমিতাক পিছপিনেৰে সাৱটি ধৰিলে জোৰ কে আৰু তাইৰ কান্ধত চুমা খাই কলে " আপুনি বৰ ধুনীয়া । "


নমিতাই তাৰ হাত খন এৰাব চেষ্টা কৰিলে " কি কৰিছে আপুনি । এইয়া পাপ এৰি দিওক। মই বিবাহিত নাৰী এৰি দিওক মোক কি কৰিছে আপুনি "



কিন্তু অগ্ৰিম নামানিলে আৰু তাইৰ স্তন দুটি হাতৰ মুঠিত লৈ তিপিব আৰম্ভ কৰিলে । কিমান দিনৰ পৰা নমিতা কাম পিছাচি হৈ আছিল যে তাই নিজৰ শৰীৰক বান্ধোনত ৰাখিব নোৱাৰিলে । 



" আঁহহষঃ কি কৰিছে আপুনি " তাইৰ মুখৰ পৰা উম্মাদ স্বৰ ওলাই আহিল । স্তন টিপা আনন্দ তাইৰ সিৰে সিৰে অনুভৱ হল ।



অগ্ৰিম তাইৰ মূহ খন ঘূৰাই লৈ তাইৰ ওঠত চুমা খাব ধৰিলে । লাহে লাহে নমিতাৰ হাত দুখন লেৰেলি পৰিল । তাই বাধ্য হৈ পৰিল দেহৰ কাম পুৰনিত । এৰি দিলে তাই বান্ধোনৰ পৰা দেহ টি।




ব্লাউজ খনৰ উপৰেৰে অকাই পকাই স্তন দুটা টিপি থাকিল অগ্ৰিমে । নমিতাৰ ঊষাহ নিশ্বাস ঘন হৈ গল । চুমা খাই থকা অৱস্থাত তাই উম্মম উম্ম উম্ম কৈ শব্দ কৰিব ধৰিলে ।




অলপ সময় পিছত অগ্ৰিমে তাইক ঘূৰাই লৈ সাৱটি ধৰি তাইৰ ডিঙিত চুমা খাব ধৰিলে আৰু নাকেৰে ঘঁহি ঘঁহি নমিতাৰ মৃসন দেহৰ গন্ধ লৈছিল । 



নমিতাই বৰ সুখ পাইছিল কিন্তু চেষ্টা কৰিছিল ৰখাবলৈ " এইটো ভুল হৈছে । ইয়াতেই ৰৈ ভাল অগ্ৰিম " 


অগ্ৰিমে তাইৰ চকুত চকু থৈ " ভাগ্যয় চাগে এই মিলনটো কৰিব কাৰণে আমাক হাবিৰ মাজত হেৰাই পেলাইছে । আৰু মই জানো আপনাৰ গিৰিয়েককে আপোনাক এতিয়া মৰম নকৰে । আপুনিও এইটোয়ে বিচাৰে । আজি মনৰ কথা শুনা " 


" আপুনি কেনেকৈ কব পাৰে যে মোৰ স্বামীয়ে মোক মৰম নকৰে বুলি " 

" দেখিলেই বুজি পোৱা যায় । " আৰু সাৱটি লৈ নমিতাৰ লাহি পিঠি খন মূহাৰিব ধৰিলে ।


অগ্ৰিমৰ হস্ত তললৈ নামি আহিল । নমিতাৰ তপিনা দুখন খামুচি মাৰি টিপা টিপি কৰিব ধৰিলে । আনন্দত নমিতাই অগ্ৰিমক সাৱটি ধৰিলে আৰু তাইৰ দীঘল নিশাহত গঙ্গাই উঠিল " উন্নহহহষ"
Like Reply


Messages In This Thread
RE: কামুকি তিৰোতা (অসমীয়া ভাষাত) - by Roxxx02 - 18-09-2022, 07:48 PM



Users browsing this thread: 1 Guest(s)