18-09-2022, 07:46 PM
হঠাৎ নমিতাই দেখিলে এটি সুন্দৰ ৰঙচুৱা পাখিৰ পখিলা উৰি উৰি যাই আছে । পখিলাটোৰ সৌন্দৰ্য ইমানে আকৰ্ষণীয় আছিল যে তাই সৰু ছোৱালীৰ নিচিনাকৈ উলাহৰে কৈ উঠিল " যোৱা না সেই পখিলাটো লৈ আনি দে মোক"
" ৰবা এতিয়াই আনি দি আছোঁ " অগ্ৰিম পখিলা টোৰ পিছে পিছে গল । কিন্তু পখিলা টো কটো স্থান নোলোৱা কৈ উৰি যাই আছিল । হঠাৎ কে অগ্ৰিমৰ সন্মুখৰে পাৰ হৈ যায় আৰু অগ্ৰিব ধৰিব চেষ্টা কৰে কিন্তু বিফল হৈ যায় ।
নমিতাও পিছে পিছে আহিল । লগৰবোৰৰ পৰা তাই আঁতৰ হৈ পৰিল । নমিতাই অগ্ৰিমক ৰং মনে চাই হাঁহিছিল ।
" আপুনি এটা পখিলা ধৰিব নোৱাৰে কি লাজৰ কথা "
অগ্ৰিম হাঁহিলে " আপুনি মোৰ ঠাথ্যা কৰিছে । ৰবা আজি মই এই পখিলা ধৰি আপোনাক দি হে এৰিম "
নমিতা খিলখিলাই হাহিলে । পখিলাটো যতে ততে উৰি ফুৰিব ধৰিলে আৰু অগ্ৰিম পখিলাটোৰ পিছে পিছে । নমিতা অগ্ৰিনক দেখি হাঁহি হাঁহি থাকিল ।
সিহঁত হাবিৰ মাজত যে সোমাই পৰিল গমকে নাপালে সিহঁত দুজন । হঠাৎ পখিলাটোও যে কত নোহোৱা হৈ গল । বেলা দুবিলে অন্ধৰে ঘেৰিব ধৰিলে চাৰিও পিনে এইবাৰ হাবি বননি ।
" অগ্ৰিম আমি কত আহি পালোঁ । লগৰ বোৰ দেখুন কৰোৱাৰ হেৰাল নে আমি হেৰালো" নমিতাৰ চিন্তা হল
" নাই হেৰা কত নো যাব । বলা যিপিনেৰে আহিছোঁ সিপিনেৰে বলা "
কিন্তু দুও তাই বাত হেৰালে যিপিনে যায় সিপিনে ওখ ওখ বন। নমিতা চিন্তাত পৰি উঠিল অগ্ৰিমৰো একে দশা । বাত বিচাৰি বিচাৰি ভাগৰি পৰিল দুও । এন্ধাৰে ঘেৰি ধৰিলে চাৰিওপিনে । অগ্ৰিমে চিঞৰী চিঞৰি মাত লগালে কোনোবাই শুনে যদি চাগে কোনোবা ওচৰতে আছে । আৰু নিশ্চয় সিহঁত দুজনক বিচাৰি আছে বাকী বোৰে। আইলেণ্ডটোত সিহঁতৰ চিমকাৰ্ড বিলাক কাম নকৰে নেটৱৰ্ক নাপায় ।
কলা অন্ধকাৰ হৈ গল মবাইলৰ পোহৰেৰে বাত বিচাৰি ফুৰিলে কিন্তু বাত বিচাৰি নাপালে । দুও চিন্তাত পৰিল । কিন্তু নমিতাৰ চিন্তা বেছি । কাৰণ তাই মহিলা হয় । এনে এখন হাবিৰ মাজত এজন অন্য পুৰুষৰ লগত বহু বিপদ জনক হব পাৰে মানুহে ওলোটা পলতা ত বুজি লব । আৰু তাইৰ গীৰীয়েকক কিমান যে চিন্তা কৰিব । তাতে আৰু হিংশ্ৰ জন্তুৰ ভয় ।
নমিতাৰ চকুৰ পৰা পানী ওলাব ধৰিলে । ভয়ত কপি উঠিল তাই । অগ্ৰিমে তাইৰ কান্ধত ধৰি বুজাব ধৰিলে " আপুনি নকান্দিব । মই আছোঁ নহয় কিও চিন্তা কৰিছে "
" আমাৰ কি হব এতিয়া । সকলো মোৰ দোষ মই কিও কলো আপোনাক পখিলা ধৰিবলৈ । এতিয়া কি হব আমাৰ বাত বিচাৰি নাপালে । মোৰ গিৰিয়েকে বহুত চিন্তা কৰিব । আৰু বাকী বোৰ কি আমাক এৰি গল নেকি । সিহঁতে আমাক কি নিবাচাৰিলে নেকি "
" নমিতা মই বুজিছো আপুনি এতিয়া কেনে স্থিতিত আছে । কিন্তু ভাগৰিলে নহব । ৰাতি হবলৈ বাকী আছে আমি ৰাস্তা উলিয়াম আহা মোৰ পিছে পিছে "
নমিতা অগ্ৰিমৰ পিছে পিছে গৈ থাকিল । দুঘণ্টা ধৰি বাত বিচাৰিলে কিন্তু সিহঁত মায়াৱী হাবি খনত হেৰাই পৰিল ।
ডাঙৰ গছ এডালৰ তলত দুও ৰৈ পৰিল আৰু বাগৰি ঘাঁহ বনত বহি পৰিল ।
" আমি হেৰালো সঁচা কৈ " অগ্ৰিমে কলে
" এতিয়া কি হব " নমিতাৰ কণ্ঠ শুকাই গৈছে চিন্তা আৰু ভয়ত ।
" এতিয়া এটাই উপায় যে আমি ৰাৰিটো কেনেবাকৈ কৈ কটাব লাগিব এই জঙ্গলত আৰু ৰাতিপুৱা মানুহ বিচাৰি আহিব যেতিয়া তেতিয়া হে আমি এই জঙ্গলৰ পৰা ওলাব পাৰিম"
নমিতাই কোনো মাত নামাতিলে । তাইও মানি ললে যে সিহঁত দুজন হেৰাল ।
" ৰবা মই জুইকুৰা লগাব চেষ্টা কৰোঁ । " অগ্ৰিমে এসপা মান শুকান পাত আৰু গছৰ শুকান ডাল বিচাৰি আনি জুইকুৰা লগালে " তাৰ লগত অনাবৰোত লাইটৰ থাকিছিল ।
নমিতাক জুইৰ কাষত লৈ আহি বহুৱাই দিলে । বতৰটো ঠাণ্ডা হৈছিল সাগৰৰ মাজৰ জঙ্গল খন শীতল প্ৰভাৱ বাঢ়ি আহিছিল ৰাতিৰ সময়ছোৱাত ।
" আমাক যদি বাঘ ভালুকে খায় " নমিতা চিন্তাৰে অগ্ৰিমলৈ চাই ৰল
" মই আগতে বহু জঙ্গলোত বন্ধুৰ লগত কেম্পিং কৰিছো । মোক নালাগে যে ইয়াত বাঘ ভালুক আছে । আদবাসী বোৰে মিছাতে ইমান কিও ৰিস্ক লব আমাক বাঘ ভালুক থকা হাবি খনত আনি । আৰু এই জুই কৰা আছে নহয় যিকোনো জন্তুৱে জুই ভয় কৰে "
" এই জুই কৰা নো কিমান সময় থাকিব "
" আপুনি চিন্তা নকৰিব । মোৰ যাদু আছে মই গোটেই ৰাতি জুইকুৰা জ্বলাই ৰাখিম । " অগ্ৰিমে ধেমালি কৰিলে
" আপোনাৰ ধেমালি ওলাইছে । আমি যে হেৰাই পৰিলোঁ তাৰ চিন্তা নাই " নমিতাই মিছা খং দেখালে ।
" ইমান কিও চিন্তা কৰিছে আপুনি । মই আছোঁ নহয় আপোনাক একো ক্ষতি হব নিদিওঁ মই "
" নাই মোৰ মানুহটোৰ চিন্তা হৈছে । তেওঁ বহুত চিন্তা কৰিব এতিয়া " নমিতাই দুচুকো মূচিলে ।
অগ্ৰিম তাইৰ কাষত গাত গা লগাই বহিলে আৰু তাইৰ পিঠিৰ পিছপিনে হাত খন মিঠা সুৰত কলে " এইটো কপালতে আছিল যেতিয়া আৰু কি কৰিবা। একো বেয়া নাভাবিভা আহা মোৰ কান্ধত মূৰ টো থৈ অলপ ৰেষ্ট লোৱা । দিনটো চলাফুৰা কৰিছে আপুনি ভাগৰ লাগিছে নো।"
নমিতাই তাৰ চকুত চালে আৰু অগ্ৰিমে চকুৰে বিশ্বাসৰ ইংগিত দিলে । নমিতাৰ মনত এটা বিশ্বাস জগিল আৰু তাই অগ্ৰিমৰ বাহুৰ মাজত হাত এখন সুমাই লৈ তাৰ কান্ধত মুৰ টো থৈ দিলে ।
কিছু সময় নীৰৱতাৰে পাৰ হৈ গল । অগ্ৰিম জুইকুৰা আগুৱাই দি থাকিল । কিত পতংগৰ নানান ধৰণৰ মাত শুনা গল ।
" ঠাণ্ডা লাগি আহিছে । আপনাক ঠাণ্ডা নাই " নমিতাই লাহে কৈ কলে
'" নাই লগা । ৰবা মই আপোনাক মোৰ চাৰ্ত খন দি আছোঁ "
অগ্ৰিম চাৰ্ত খন নিজৰ খুলিব ধৰিলে ।
" নাই নাই নালাগে । ইমান ঠাণ্ডা নহয় জুই আছে নহয় । মিচাতে আপোনাক ঠাণ্ডা লাগিব "
" নাই নাই নালাগে । আপুনি চিন্তা নকৰিব মই দেহা শিল বনাই লৈছোঁ। " আৰু হাঁহি হাহি চাৰ্ত খন খুলি দিলে ।
অগ্ৰিম এতিয়া গেঞ্জিত ওলাই পৰিল । আৰু সি নমিতাৰ গাঁত চাৰ্ত খন মেৰিয়াই দিলে। নমিতাৰ নাকত চাৰ্ত খনৰ পৰা এটি পুৰুশালি গন্ধ লাগি পৰিল । কিন্তু গন্ধটো তাইৰ ভাল লাগিল । তাই ভাল কৰি চাৰ্ত খন মেৰিয়াই ললে । তাই অকনমান লাজ কৰিব ধৰিলে ।
অগ্ৰিম আকৌ তাইৰ কাষত বহি ৰল " এতিয়া ঠাণ্ডা কমিছে নে "
" উম্মহ '" লাগে কৈ উত্তৰ দিলে
" আমি দুও চিনেমাৰ নিচিনা কৈ হেৰাই পৰিলোঁ । এজনী ছোৱালী আৰু এজনী লৰা । খেৰ থাকিলে ভাল আছিল নো একেবাৰে মিলি গল হেঁতেন চিনেমাৰ লগত '"