15-09-2022, 10:22 PM
ৰাতি ১০ বজাত আইজাক আইলেণ্ডত জাহাজৰ পৰা নামিলে সিহঁত । আইলেণ্ড খন বৰ ধুনীয়া আছিল । জনবসতি অতি কম আছিল । কিন্তু চাব লগীয়া বহু কিবা কিবি আছিল পুৰণি ৰজাৰ মহল কিলা আদি কৰি নানান ধৰণৰ চাব লগীয়া সম্পত আছিল । তাত এতিয়াও আদিবাসী জনগোষ্ঠী বাস কৰিছিল যত এজন আদিবাসী বিলাকৰ এজন চৰ্দাৰ আছিল । আৰু আদিবাসী বিলাকে সিহঁতক অতিথি সৎকাৰ কৰিছিল ৰং মণৰে ।
থকা লোৱাৰ কাৰণে সকলো সুবিধা কৰি দিছিল cottage আৰু খাদ্য বিলাই দিছিল । যদিও বা আদিবাসী কিন্তু উন্নত মানৰ পৰিবেশ গঢ়ি লৈছিল ।
দুদিন ধৰি আদিবাসী বিলাকে সিহঁতক নানান ঠাই ফুৰাই লৈ ফুৰিলে । নমিতা বৰ আনন্দ পাইছিল নেদেখা ঠাই বিলাক দেখি আৰু পুৰণি ইতিহাসৰ ৰাজত্ব কালৰ কথা জানিব পাৰি বৰ সুখী হৈছিল ।
তৃতীয় দিনা ৰাতি পূৱা মনোহৰৰ গা অসুস্থ । তেতিয়া ১০ বাজিছে ৰাতিপুৱাৰ নাস্তা হৈ যোৱাৰ পিছত মনোহৰৰ সহকৰ্মী কম বন্ধু নিখিল কেবিনত আহিলে আৰু লগত তেওঁৰ ঘনীয়ক ৰুপা আহিলে ।
" মনোহৰ দা কি হল আপুনি এতিয়াও তৈয়াৰ হোৱা নাই যে । আজি বুলে কিবা মায়াৱী হাবি দেখাব লৈ যাব ''
'" এখেতৰ ৰাতিৰ পৰা অকণমান জ্বৰ আহিছে '' নমিতাই কলে আজি আমি নাজাও নেকি আপোনালোকে যাও দিওক ।
" বৌ মোৰো যাব মনেই নাছিল কিন্তু ৰূপায়ে জোৰ কৰিলে । " নিখিলে কলে
" বলক নমিতা বৌ আমি দুজনে যাও বলা " ৰূপাই কলে
" কিন্তু এখেতৰ "
নমিতাৰ কথা শেষ নহওতেই মনোহৰে কলে " মই থাকিম দিয়া । নিখিল আছে নহয় ইয়াত যোৱা তুমি ৰূপাৰ লগত "
" আপুনি যদি কয় যাও তেনেহলে । "
" অ যোৱা "
নমিতা ৰূপাৰ লগত যাব ওলাল । দুই গৈ বাকী কেইজনৰ লগত লগ হলে । আদিবাসী বোৰে সিহঁতক নাওঁৰে এটি দ্বীপলৈ লৈ গল ।
আজি মনোহৰক নমিতাৰ লগত নেদেখি অগ্ৰিম নমিতাৰ লগত থাকিলে ।
" আপুনি দেখোন দেখায় য়ে নিদিয়ে। মোৰ চকুৰ পৰা যেন বিলুপ্ত হৈ গল " অগ্ৰিমে নমিতাৰ লগত খোজ কাঢ়ি হৈ থাকিল
" আপুনি যে আৰু কথা কয় নো । আপুনি হে দুৰে দুৰে থাকে " নমিতাইও ধেমালিৰ সুৰত উত্তৰ দিলে ।
" আৰু আপোনাৰ গিৰিয়েকে আপোনাক লাইন মাৰা বুলি মোক পাব্লিক ধুলাই দিওক হয় নে "
নমিতা হাঁহিলে " ইমান হয় খায় নে আপুনি "
" ভয় নাখাও কিন্তু নাৰীৰ ক্ষেত্ৰত বিনামূলীয়া পলিচ হৈ যোৱা ডাঙৰ কথা নহয় । আৰু কিজানি আপুনিও চাগে মোক ফচাই দিয়ে আৰু মই মানুহৰ জোতা খাও"
নমিতা হাহিলে " আপুনি ও না আৰু । "
দুও তাই একলগেই বননি খন ঘূৰি ফুৰিলে বাকীবোৰৰ লগত । দুপৰীয়াৰ আহাৰ হাবি খনৰ মিঠা ফলেৰে সকলোৱে পেট ভঁৰালে ।
সন্ধিয়া হবৰ আহি । সূৰ্যটো ৰঙচুৱা হৈ নামি আহিব ধৰিছে ।