Thread Rating:
  • 1 Vote(s) - 5 Average
  • 1
  • 2
  • 3
  • 4
  • 5
Adultery কামুকি তিৰোতা (অসমীয়া ভাষাত)
#11
" কেনেকৈ পাব চাৰে মোক আপোনাৰ লগত চিনাকি কৰাইয়ে নিদিলে । " 


" তেওঁ চাগে পাহৰিলে " 


" নহয় তেওঁ পাহৰা নাই আচলতে মনোহৰ চাৰে মোক প্রত্যাখ্যান কৰে " 


নমিতা একো বুজি নাপালে ব্যক্তিৰ জন কি কৈ আছে । তাই সুধিলে " মই ভালদৰে একো বুজা নাই আপুনি কি কৈ আছে " 



মানুহ জন হাঁহিলে " সেইটো বাৰু পিছত । আগতে আমি চিনাকি হৈ লও। মই অগ্ৰিম ডেকা । কেইডিন আগতে চাকৰিটোত যোগদান কৰিলো । " 


অগ্ৰিমে হাত খন বঢ়াই দিলে আৰু ননিতাই তেখেতৰ হাতত হাত মিলাই অভ্যৰ্থনা মূলুক হাঁহিৰে কলে " মই ননিতা । নমিতা ভট্টাচাৰ্য্য । " 


অগ্ৰিমে লাহেকে নমিতাৰ মিহি পাতল আঙুলি বৰ চুই এৰি দিলে আৰু এটা অৰ্থপূৰ্ণ হাঁহি মাৰি কলে " আপোনাৰ নিচিনা আপোনাৰ নাম টোও বহুত সুন্দৰ নাম । আপোনাৰ নাম টোৰ লগত আপনক খাপ খাই । আপুনি জানে আপোনাৰ নামৰ অৰ্থ নম্ৰ বুলি । আপুনি খুবেই নম্ৰ আৰু সুন্দৰ " 



নমিতাই জীৱনত কেতিয়াও এনে কোনো অচিনাকি ব্যক্তিৰ পৰা প্ৰশংসা পোৱা নাছিল । আৰু তাই বৰ লাজ কৰিছিল । লাজোত তাইৰ মূৰ তললৈ গৈছিল ।



" আপুনি লাজ কৰিলে বৰ বেছি ধুনীয়া লাগে " 


" আপুনি ফ্লাৰ্ত কৰিছে " নমিতাই হাহিলে


" আপুনি ইমান সুন্দৰ যে মুখৰ পৰা ওলাই গল । আপুনি বেয়া টো পোৱা নাই " ক্ষমা পৰ্থি হৈ ৰল অগ্ৰিম 


" নাই নাই বেয়া পোৱা নাই কিন্তু আপোনাক লগা নাই নে যে আপুনি মিচাই ইমান প্ৰশংসা কৰিছে । মই ইমান ও সুন্দৰ নহয় । আৰু আপুনি চাওক আপুনি ডেকা মানুহ আৰু বয়সীয়াল মহিলা এজনী " 


" বয়স আৰু সুন্দৰতাৰ কোনো তুলনা নাই । আপুনি চাগে আইনা খন নেচায় । আপুনি সঁচা কৈয়ে বহুত সুন্দৰ "


'" হব হব মই বুজিছো আপুনি খুব ফ্লাৰ্ত কৰে নো । আপুনি অকলে আহিছে " নমিতাই কথাৰ লাইন কাটি দিলে কিন্তু তাই মনেৰে বিচাৰিছিল যে তাইক আৰু প্ৰশংসা কৰে 



" ও মই অবিবাহিত মানুহ । দুদিন হল এই জাহাজ খনত নতুন কাৰণে কৰোঁ লগত ভাল দৰে মুক্তভাৱে কথা বতৰা পাতিব পৰা নাই আৰু চবেই মোৰ অৱস্থানত জ্যেষ্ঠ । বেয়া নাপায় যদি আপুনি মোৰ লগত বন্ধুত্ব কৰিব " 



" কেনেকৈ আমি মাত্ৰ হে চিনাকি হলো । বন্ধুত্ব কৰিবলৈ ইজনে সিজনৰ বিষয়ে কিছু কথা জনিলে হে বন্ধুত্ব হয় " 


" Sorry মই উদাসিন । সেই কাৰণে বেছি আবেগ কৰিছো " 



" হি হি হি । মই ধেমালি কৰিছো " নমিতা হাঁহিলে আৰু হাত খন আগ বঢ়াই দিলে 

" Thank you আপুনি হাঁহিলে বৰ বেছি ভাল লাগে " 


" হব হব । আপুনিও বৰ হেণ্ডছাম " 


দুই তাই হাঁহি দিলে । ঠিক সেই সময়তে দেকত অহা যোৱা গেত খনৰ পৰা এটা গৰজি উঠা মাত আহিলে " নমি তুমি ইয়াত কি কৰি আছা ।" 


দুও তাই গেট খনৰ পিনে চালে । মনোহৰ খঙত থিও হৈ আছে । 


" নাই এনেই । বতাহ লব আহিছিলো " নমিয়ে সৰু কৈ মাত লগালে 



" এতিয়াও মোৰ লগত বলা । " মনোহৰে অলপ খং কৰিয়ে কলে 



নমিতাই এবাৰ অগ্ৰিমক চাই মনোহৰৰ কাষত গল । মনোহৰে তাইক লগত লৈ গল আৰু নিজৰ কেবিনত সোমাই পৰিল দুও ।


" আপুনি কি বেছি কে খাইছে নেকি । মানুহ জনৰ আগত কিও তেনেকৈ চিঞৰিচে । মান সন্মান শেষ কৰি দিয়ে আপুনি কেতিয়াবা " নমিতা খং দেখাইছিল



" তই জানো সেই মানুহ জন কেনে । এক নম্বৰ লম্পত সেই জন । অফিচৰ তিনি জনীক ফচাই ৰাখিছে । এমাহে হোৱা নাই তাতেই ইমান লম্পতগীৰি কৰিছে । অফচৰ কাম এৰি সেই সোপা কৰি থাকে । সেই কাৰণে সবেই তাক বেয়া পায় । এবাৰ মই ও গলি দিছিলোঁ জানি বুজি অফিচৰ কাম বিলাক নকৰে সি । বুজিলি তাৰ লগত যাতে দুনাই কথা নহয় তোমাৰ " 



নমিতাৰ নিজৰ স্বামিৰ ওপৰত বিশ্বাস আৰু ভৰষা আছিল আৰু তাই তাকেই মানি ললে " মই নাজানো নহয় মানুহ জন তেনে বুলি । নাপাটো দিয়া আৰু তাৰ লগত কথা ।" 



দুও তাই ৰাতিৰ ভাত পানী খাই শুই দিলে । নিশা মাজ ৰাতি টং কৰি নমিতাৰ মোবাইল টো বাজিলে l আৰু তাই জাগি উঠিল মোবাইলটো চালে যে কোনোবা অচিনাকি নম্বৰৰে ৱাটচাপত মেচেজ দিছে '" হেল্লো মিছেছ ভট্টাচাৰ্য '"



নমিতা ভাবিব ধৰিলে কোন হয় । কিও মেচেজ কৰিছে আৰু মোক কেনেকৈ চিনি পায় । তেতিয়া তৎক্ষণাৎ তাইৰ মনত পৰিল মিছেছ ভট্টাচাৰ্য বুলি আজি হে মাতিছে অগ্ৰিমে । কিন্তু সি মোৰ নম্বৰ কেনেকৈ পালে ।




নমিতাই মেচেজৰ ৰিপ্লাই দিলে " আপুনি কোন ?" 


ছেকেণ্ডত মেচেজ আহিল " ইমান সোনকালে আপুনি বন্ধুক পাহৰি যায় । মই অগ্ৰিম । " 

নমিতাৰ মুখত হাঁহি বিৰিঙিল এবাৰ টোপনিত কালকাল হৈ থকা গীৰীয়েকলৈ চালে । আৰু ভাবিলে কি কৰো ৰিপ্লাই দিও নে নিদিওঁ এওঁ দেখুন মানা কৰিছে । কি কৰো । এহ মেছেজত কথা পতাত নো কি ডাঙৰ অপৰাধ ।


তাই মেচেজ পঠালে " আপুনি মোৰ নম্বৰ কেনেকৈ পালে "


" আমাৰ অফিচৰ টুৰৰ লিষ্ট খন মইয়ে বনাইছিলো । সুৰক্ষাৰ কাৰণে সকলোৰে নম্বৰ আৰু এড্ৰেছ লোৱা হৈছিল । আপুনি মেচেজ কৰা কাৰণে বেয়া নাপাব "


নমিতাই মনৰে ভাবিলে মানুহজন সঁচা কৈয়ে বৰ বুধিয়ক । আৰু তাইৰ বিশ্বাস হল যে গিৰিয়েকে কোৱা কথা সঁচা । এদিন হোৱা নাই চিনাকি হোৱা তাতেই কেনেকৈ পিছত পৰিছে মানুহ জন । এই ৰাতি এনেকৈ মেচেজ কৰা তেনে মানুহৰেই লক্ষণ । তাই মনৰে কলে " মোৰ পিছত পৰি একো লাভ নহব মই কেতিয়াও আন পুৰুষৰ নহয় । " আৰু তাই হাঁহি দিলে 



" নাই বেয়া আৰু কিও পাম । নাই পোৱা বেয়া " 

" আপুনি শুলেই নেকি " 

" অহ কেতিয়াবাই নিশা ২ বাজিছে । আপুনি কি নিশাচৰ প্ৰাণী নেকি " 

" হা হা হা হা । তেনেকুৱাই ভাবিব পাৰে আপুনি । মিচাতে আপোনাৰ টোপনি ভাঙি দিলোঁ । ঠিক আছে আকৌ দেখা হব good night " 


" আপোনাক টো মই ধন্যবাদ দিবই আছে " 


" ধন্যবাদ কিহৰ বাবে ? "

" কিও নাকচ কৰিছে । আপুনি নহলে দেখুন মই পানীত পৰি মৰী গলো হেঁতেন আজি " 

" অহ সেইটো মই কৰ্তব্য আছিল । তাত নো কি ধন্যবাদ । কিন্তু যদি আপুনি বিচাৰে ধন্যবাদৰ সলনি মোৰ লগত একাপ coffee অহকালি ৰাতিপুৱা " 

নমিতাৰ মুখত হাঁহি বিৰিঙিল । আৰু ভাবিলে এদিন চিনাকীত ইমান আগুৱাব খুজিছে বৰ তেঙৰ দে মানুহ জন 


" বেয়া নাপাব মই যাব নোৱাৰিম কিবা অলপ কাম আছে " 


" মই বুজিছো আপোনাৰ গিৰিয়েকে বাধা দিছে নো আপোনাক মোৰ লগত দ্বিতীয়বাৰ কথা পাতিবলৈ । নাই মই বেয়া পোৱা নাই । ঠিক আছে good night " 

নমিতাৰ বেয়া লাগি গল । মানুহ জনে তাইক দুৰ্ঘটনাৰ পৰা বছালে যদি তাই সঁচা কৈ পানীত পৰিল হেঁতেন তেন্তে তাই কেনেকৈ ইমান গভীৰ সাগৰৰ পৰা নিজক বচাল হেঁতেন । এক কাপ coffee হে ।

" নাই নাই তেনে একো কথা নাই । ঠিক আছে মই আহিম । মই সময় উলিয়াই আপোনাক ফোন কৰিম ।" 



" ঠিক আছে মিছেচ ভট্টাচাৰ্য " 
" আপুনি মোক নমিতা বুলি মা পাৰে । " 

" ঠিক আছে নমিতা আপুনিও মোক অগ্ৰিম বুলি মাতিব " 



" ঠিক আছে । Good night অগ্ৰিম " 



নমিতাই হাঁহি দিলে অকলে অকলে । আৰু ভাবিলে মানুহ জন দেখায় শুনায় ধুনিয়াও সেই কাৰণে ইমান জনি পতাই লব পাৰিছে । মোৰ উচ্চতাই ৫ ফুট ৬ ইঞ্চি তাৰ মুখৰ পিনে চাবলেই হলে মুৰ দাঙি চাব লাগে কিমান যে ওখ ছয় ফুটৰ বেছি আছে নিশ্চয় মানুহ জন । 



তাই অগ্ৰিমৰ কথাকে ভাবি ভাবি টোপনি গল ।
Like Reply


Messages In This Thread
RE: কামুকি তিৰোতা (অসমীয়া ভাষাত) - by Roxxx02 - 15-09-2022, 05:12 PM



Users browsing this thread: 1 Guest(s)