Thread Rating:
  • 1 Vote(s) - 5 Average
  • 1
  • 2
  • 3
  • 4
  • 5
Adultery কামুকি তিৰোতা (অসমীয়া ভাষাত)
#10
দিন বাগৰি যাই আছিল নমিতাৰ মূৰত সেক্সৰ জোৱাৰ উতলি পৰি আহিছিল । শৰীৰৰ কাম ইচ্ছায়ে তাইক বলিয়া কৰিছিল । নিজকে নিয়ন্ত্ৰণ কৰিবলৈ তাইৰ শক্তি নাছিল । কেতিয়াবা ভাবিছিল এই বয়সতো তাইৰ ইমান খাউচ্ আছে নে । নিজান ৰাতি কল্পনা কৰিছিল কোনোবা পাহুৱাল মতা মানুহৰ দুবাহুৰ মাজত আলফুলিয়া হৈ যোৱা । সপোন ৰূপিছিল যে তাইক সেই কাল্পনিক মানুহ জনে বিচনাত উলত পালত কৰি লুতি পুতি হেপাহ পলুৱাই ভোগ কৰিছে । 





তাইৰ শকত আবত শৰীৰ জুনে তুনে তৃষ্ণা  দুৰ কৰিব নোৱাৰিব এই কথা তাই জানিছিল। তাইৰ ২০ বছৰীয়া বিবাহিত জীৱনত অনুভৱ কৰিছিল যে তাইৰ সেক্স টো যেন অধিক । তাই আনুমানিক কৰিছিল যে বিয়াৰ ১০ বছৰ পিছত যেন তাই বেলেগ এটি ৰূপত আহিছে । বহ্নি-অন্ত ৰূপত তাই সলনি হৈছে । আগত কৈ তাই বুজা হৈছে গম্ভীৰ হৈছে । ঘৰ এখন কেনেকৈ সলাব লাগিছিল জীৱন কেনেকৈ সুখময় কৰি তুলিব লাগিছিল গিৰিয়েক সন্তানৰ লগত তাই বহু ৰূপ শিকিছিল। 





এদিন মনোহৰে দুটিৰ পৰা আহি এটা ভাল খবৰ জনালে । তেওঁৰ অফিচৰ পৰা আইজাক আইলেণ্ডৰ টুৰ কৰাব বিনা পইচাত । লগতে পৰিয়াল লৈ যাব পাৰিব বুলি কৈছে আজি বছে । 


" হয় কেতিয়া । কেতিয়া লৈ যাব মই ও যাব পাৰিম " নমিতা উলাহত জপয়াইছিল



" অ কিও যাব নোৱাৰিবি অফিচৰ সকলোৱে নিজৰ পৰিয়াল লৈ যাব । তুমি ও ওলবা । তিন দিন পিছত জাম আমি জাহাজৰ টিকট বুকিং হৈছেই বুলে মই তোমাৰ নাম টো দি দিছোঁ আমাৰ চাৰক " 



ননিতাই গিৰিয়েকক সাৱটি ধৰিলে । ফুৰিব যাব পাব বুলি তাই বহুত আনন্দিত হৈছিল । আৰু ৰশ্মিৰ ঘৰত গৈ খবৰ টো জনাইছিল । ৰশ্মি জলি পকী উঠিছিল নমিতাৰ ওপৰত। দুওতাৰ এনেকুৱা মিঠা কাজিয়া জুকুৱা জকুৱৈ হৈয়ে থাকিছিল । 




নমিতাই সিদিনা খনৰ পৰাই যা-যোগাৰ কৰিব ধৰিলে । লৰাটোকো ফোন কৰি জনাই দিলে যে দুসপ্তাহৰ টুৰ আছিল । 



সেই সময় চোৱা আহি গল আৰু দুওতাই জাহাজত উঠিল । সাগৰৰ গভীৰতাৰ ওপৰত জাহাজ খন উপঙি অতিক্ৰম কৰিছিল । নানান সৌন্দৰ্য দেখি নমিতা ৰোমাঞ্চিত হৈ উঠিছিল । গিৰিয়েকক ধন্যবাদ জনাইছিল তাই । বৰ সুখী হৈছিল তাই সৰু ছোৱালী নিচিনা কৈ । 


জাহাজ খনত বিলাসিতা সকলো সুবিধা আছিল । যত ক্লাব,স্বুমিংপুল আদি কৰি খোৱা বোৱাৰ ভাল ৰেষ্টোৰেন্তৰ যোগান আছিল । 




দুও মিলি ক্লাবত উপভোগ কৰিছিল । প্ৰথম বাৰ তাই ৱাইন খাইছিল । মন খুলি উপভোগ কৰিছিল । নমিতাই ভাবিছিল এইটো তাৰ যেন হানিমুন হয় ।



মনোহৰে তেওঁৰ নিজৰ সহকৰ্মী বিলাকৰ লগত চিনাকি কৰাই দিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ লগত চিনাকি হৈছিল নমিতা । 


কিন্তু ননিতাই লক্ষ্য কৰিলে যে তাইৰ গিৰিয়েকে সকলো সহকৰ্মীৰ লগত ভাল দৰে চিনাকি কৰাই দিলে কেৱল এজন ব্যক্তিৰ বাহিৰে । তাই তেওঁলোকৰ কথা বতৰাত বুজি শুনি পালে যে সেই জন ব্যক্তিও তাইৰ গিৰিয়েকৰ সহকৰ্মী হয় কিন্তু সেই জনৰ লগত কিও বাৰু চিনাকি কৰাই নিদিলে । 



মনোহৰ ক্লাৱৰ পাৰ্টিত ব্যস্ত হৈ পৰিছিল সহকৰ্মীৰ লগত আৰু নমিতা সিহঁতৰ ঘনীয়েক বিলাকৰ লগত ভাল দৰে চিনাকি হৈ কথা বতৰা পাতিছিল । 



তাইৰ পেছাব লগত তাই তইলেতলৈ গৈছিল আৰু তাই পেছাব কৰি তাই এনেই ঘূৰি ফুৰি দেকলৈ গৈছিল আৰু সমুদ্ৰৰ মনবলিয়া কৰা শীতল বতাহত তাই দুবাহু মেলি খুলি দিছিল । 


মুখুত এটি মিছিকিয়া হাঁহি । তাই সমুদ্ৰৰ সৌন্দৰ্যত হেৰাই গৈছিল । তাইৰ ৰেলিঙৰ ওচৰলৈ গল লোহাৰ থাকত হাত দি নীলা পানীৰ মাজত চকু হেৰাই দিলে । তাইৰ কি বা মন গল তাই ৰেলিংৰ তিনিটি লোহাৰ থাকত উঠি আগ পিনে চাপৰি পানী চুব চেষ্টা কৰিলে কিন্তু পানী তাই কেতিয়াও চুব নোৱাৰিব ইমান ওপৰত আছিল জাহাজৰ দেকখন। তাইৰ কিৰিলি উঠিছিল । 



হঠাৎ তাইৰ ভৰিত পিন্ধা হাইহিল যোৰ পিচল খালে আৰু তাই আগ পিনে হাউলি পানীত পৰিব ধৰিলে তাই ভয় খাই চিঞৰ মাৰিলে । 



আৰু তৎক্ষণাৎ তাই অনুভৱ কৰিলে যে তাইৰ কোকলত দুখন কঠিন হাতেৰে তাইক বচাই ৰাখিছে । তাই পিছপিনে মূৰ ঘূৰাই চালে । তাই দেখিলে সেই মানুহ জনেই হয় যিজনক তাইৰ গিৰিয়েকে চিনাকি কৰাই দিয়া নাছিল । 




মানুহ জনে তাইক দেকত নমাই আনিলে আৰু কলে " আৰে আপুনি কি কৰিব ওলাইছিল মিছেছ ভত্যাচাৰ্য । আপুনি হেৰাই পেলাইছে নেকি এতিয়াই আপুনি পানীত পৰি গল হেঁতেন 



নমিতা বৰ ভয় খাইছিল কিন্তু তাইৰ সেই ব্যক্তি জনৰ পৰা আনৰ প্ৰতি দয়া আৰু চিন্তা প্ৰদৰ্শন কৰা প্ৰকৃতি দেখি আপ্লুত হৈছিল । তাই অকণমান লাজ কৰি বতাহত উৰি যোৱা চুলি খিনি কানৰ পিছত লৈ কৈছিল " মই মানে এনেই মানে । আপুনি মোক চিনি পায় নেকি " 


মানুহ জনে হাঁহিলে " অহ পাও টো আপুনি মনোহৰ ছাৰৰ ঘনীয়েক নহয় জানো " 


" হয় । কিন্তু মই আপোনাক চিনি পোৱা নাই । আগতে চাগে আমি চিনাকি হোৱা নাই কেতিয়াও " 
Like Reply


Messages In This Thread
RE: কামুকি তিৰোতা (অসমীয়া ভাষাত) - by Roxxx02 - 15-09-2022, 05:10 PM



Users browsing this thread: 1 Guest(s)