14-09-2022, 06:34 PM
(This post was last modified: 14-09-2022, 06:35 PM by Roxxx02. Edited 1 time in total. Edited 1 time in total.)
আগষ্ট মাহৰ কেইটি দিন আছে আৰু । সূৰ্য্যৰ প্ৰখৰ উত্তাপৰ পিঠি ফালি যোৱা টান কটকটীয়া ৰ'দ । গাঁও খনৰ পৰা ২০ মাইল অতিক্ৰম কৰিলেই মহানগৰী পোৱা যায় । যত নানা ৰঙৰ প্ৰকৃতিৰ ব্যক্তিৰ চলাফুৰা দেখিবলৈ পোৱা যায় । বাতানিৰ আজি ডাঙৰ সাপ্তাহিক বজাৰ । প্ৰতি ৰবিবাৰে এই বজাৰ খনত ইমানে ভীৰ হৈ হাল্লা যে ভৰি দিবলৈ ঠাই নোহোৱা হয় ।
নমিতা ভট্টাচাৰ্য্য। তাই আজি বজাৰলৈ ওলাইছে লগত এজনী তাইৰ নলে গলে লগা বান্ধৱী ৰশ্মি দত্ত । বিয়াৰ পিছৰ পৰাই দুজনীৰ দৃহো বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল । দুয়োই এক সমনিয়া বয়সৰ একে বৃত্তিৰ তিৰোতা যথাজত গৃহিণী। পিল্পিলি এখন ভাৰা লৈ ৰাতিপুৱাৰ নিত্তো কামৰ পৰা আজৰি খাই বৈ ওলাইছিল দুও।
নমিতাৰ গিৰিয়েক চৰকাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী। মাহেকত ভালেই দৰমহা পায় মাটি ভেটি থকাৰ বাবে টকা পইচাৰ অভাৱ নাই বুলিয়ে কব পাৰি । একমাত্ৰ লৰা সন্তান ঘৰৰ পৰা দুঘণ্টাৰ আঁতৰত ভাল এখন কলেজত পঢ়ি আছে আৰু তাতেই হোষ্টেলত থাকে । ঘৰটোত দুই ঘনীয়েক গিৰিয়েকই মাত্ৰ । শোহুৰ শাহুৰি কেতিয়াবাই ধুকাই থাকিল । তাইৰ গিৰিয়েকৰ ভাই ভনী আছে কিন্তু সিঁহতেওঁ নিজৰ নিজৰ ঠিকনা বিচাৰি লৈছে কেতিয়াবাই।
গিৰিয়েক কেতিয়াবা কেতিয়াবা কামৰ বাবে দুৰ ঠাইলৈ এক সপ্তাহ লৈকে ঘৰ এৰি যায় । নমিতা অকলশৰীয়া ৰৈ যায় দুঘৰ এৰি ৰশ্মিৰ ঘৰ তাতেই যাই আড্ডা মাৰি থাকে তাই । ঘৰৰ ওচৰ চুবুৰীয়া ঘন সেই বাবে তাই ভয় নাখায় অকলে থাকিব আৰু তাই ত এতিয়া নো বোৱাৰী নহয় । ৪৫ বছৰীয়া মহিলা শিক্ষিত মহিলা । উচ্চ শিক্ষা লাভ কৰিছে তাই । চাকৰি কৰাৰ মন আছিল তাইৰ কিন্তু বিয়াৰ পিছত আৰু তেতিয়াৰ দিনকালত তাই সুবিধা নাপালে ।
কিন্তু যেনে অগ্ৰসৰ পৰিবেশ তেনেকৈ তাই আগ বাঢ়ি গৈছে । সৰু সুৰা সামাজিক কামত কেতিয়াবা যোগদান দিয়ে তাই । মানুহেওঁ তাইৰ মিঠা নম্ৰ গম্ভীৰ প্ৰকৃতিটো পছন্দ কৰে । অতি সোনকালেই তাইৰ লগত সৰল হৈ যায় ।
ৰশ্মিৰ ও গীৰীয়েকে সেনা বলত চাকৰী কৰে । তাইৰ দুটি সন্তানৰ দুও জনি ছোৱালী ডাঙৰ জনি কেইদিন আগতে বিয়া দিলে সৰু জনি এতিয়া পঢ়ি আছে । তাইৰ পঢ়া লিখা ইমান নাই কিন্তু সভ্য জ্ঞান তাইৰ আছে ।