14-09-2022, 05:44 PM
হেৰা ! ইয়াত অসমীয়া পাঠক নাই যেন পাইছোঁ । তথাপিও এবাৰ বোকাত এবাৰ হাত মাৰিছো কিজানি দুই এজন পাঠক ওলায়ে । কৰবাত দুই তিনিটা কাহিনী লিখিছিলোঁ নাজানো এতিয়া কত লিখিছোঁ অথনীয়েই পাহৰি থাকিলো ।
দেহ ইয়াতে এটা কাহিনীৰ ৰূপ দি দিও । বেছি ডাঙৰ দীঘল নকৰোঁ প্ৰথম কাহিনী বুলি চুটি কে লিখোঁ । বেছি চুটিও নকৰোঁ নহলে নো কি মজা হয় নে ।
পিছে কাহিনী টোৰ মাধ্যম কেৱল মনোৰঞ্জনৰ বাবে হে । যিয়ে এনে কাহিনী পঢ়ি ভাল পায় তেনে পাঠক সকলোৰ বাবে।
যদি কোনোবাই পঢ়ে তেন্তে প্ৰতিক্ৰিয়া নিদিয়া কৈ নাযাব ।